பொருள் : শাৰীৰিক বা মানসিক বেদনা দি ব্যাকুল কৰা
எடுத்துக்காட்டு :
ৰজাই যুদ্ধ-বন্দীসকলক বহুত শাস্তি দিলে
ஒத்த சொற்கள் : কষ্ট দিয়া, শাস্তি দিয়া
பொருள் : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
எடுத்துக்காட்டு :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
ஒத்த சொற்கள் : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, শাস্তি দিয়া