பொருள் : লগোৱা কার্য
எடுத்துக்காட்டு :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
பொருள் : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
எடுத்துக்காட்டு :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
பொருள் : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
எடுத்துக்காட்டு :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
பொருள் : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
எடுத்துக்காட்டு :
লতাই কুর্তাটোত বুটাম লগাই আছে
ஒத்த சொற்கள் : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
பொருள் : ভালদৰে স্থিৰ কৰা কার্য
எடுத்துக்காட்டு :
ৰাজমিস্ত্ৰীয়ে মজিয়াত টাইলচ লগাইছে
ஒத்த சொற்கள் : বহুওৱা
பொருள் : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
எடுத்துக்காட்டு :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
ஒத்த சொற்கள் : খটোৱা
பொருள் : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
எடுத்துக்காட்டு :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
ஒத்த சொற்கள் : অভিলেপ কৰা, চৰোৱা
பொருள் : কোনো সঠিক ঠাইত উপনীত কৰোৱা
எடுத்துக்காட்டு :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
பொருள் : উদ্ভিদ আদিৰ ৰোপন কার্য
எடுத்துக்காட்டு :
মালীয়ে টাবত গোলাপৰ কলম লগালে
ஒத்த சொற்கள் : ৰোপন কৰা
பொருள் : ব্যৱহাৰ বা কামত অহা
எடுத்துக்காட்டு :
ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
ஒத்த சொற்கள் : খৰচ কৰা
பொருள் : কার্যত সংলগ্ন কৰোৱা
எடுத்துக்காட்டு :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
பொருள் : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
எடுத்துக்காட்டு :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
ஒத்த சொற்கள் : ওলোমাই থোৱা
பொருள் : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
எடுத்துக்காட்டு :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
ஒத்த சொற்கள் : লেপন লগোৱা, সনা
பொருள் : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
எடுத்துக்காட்டு :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
ஒத்த சொற்கள் : ব্যৱস্থিত কৰা, সজোৱা
பொருள் : ছাতি, চছমা আদি ধাৰণ কৰা
எடுத்துக்காட்டு :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
ஒத்த சொற்கள் : ধাৰণ কৰা
பொருள் : বিনিয়োগ কৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
ஒத்த சொற்கள் : খটুৱা, বিনিয়োগ কৰা
பொருள் : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
எடுத்துக்காட்டு :
কামিজত বুটাম লগাই দিয়া
ஒத்த சொற்கள் : লগাই দিয়া