உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
எடுத்துக்காட்டு : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
ஒத்த சொற்கள் : কামী, কামুক, বিষয়ী, ভোগী
பொருள் : যাৰ কামবাসনা বহুত
எடுத்துக்காட்டு : তেওঁ এজন ্কামুক ব্যক্তি
ஒத்த சொற்கள் : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, ভোগী, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
பொருள் : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লুচ্ছা
பொருள் : যি ব্যভিচাৰ কৰে
எடுத்துக்காட்டு : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
ஒத்த சொற்கள் : কামী, কামুক, খেচেৰা, খেচৰ, ব্যভিচাৰী, লুচ্ছা
நிறுவு