உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
எடுத்துக்காட்டு : বিদ্যুততো তৰঙ্গ থাকে
ஒத்த சொற்கள் : ঢৌ, তৰংগ, তৰঙ্গ
பொருள் : শৰীৰত কোনো মনোবেগ উঠা কার্য
எடுத்துக்காட்டு : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে
பொருள் : হঠাৎ জোৰেৰে অহা প্রৱাহ
எடுத்துக்காட்டு : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে
ஒத்த சொற்கள் : ধাৰ
பொருள் : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
எடுத்துக்காட்டு : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
ஒத்த சொற்கள் : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল
நிறுவு