பொருள் : কার্য আদিত ৰত হোৱা
எடுத்துக்காட்டு :
ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
ஒத்த சொற்கள் : ব্যস্ত হোৱা, লগা
பொருள் : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
எடுத்துக்காட்டு :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
ஒத்த சொற்கள் : কৰা
பொருள் : কামত লিপ্ত হোৱা
எடுத்துக்காட்டு :
মই দিনটো এই প্রশ্নটোতে লাগি থাকিলো