பொருள் : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
எடுத்துக்காட்டு :
কাগজখন কাঠডালত লাগি ধৰিল
ஒத்த சொற்கள் : আঁট ্খোৱা
பொருள் : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
எடுத்துக்காட்டு :
মোৰ ডিঙিটো টানি ধৰিছে
ஒத்த சொற்கள் : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
பொருள் : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
எடுத்துக்காட்டு :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
ஒத்த சொற்கள் : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা