பொருள் : লাটভিয়াৰ লোকসকলৰ ভাষা
எடுத்துக்காட்டு :
তোমাৰ বাবে লাটভিয়ান শিকি লোৱা ভাল হʼব
ஒத்த சொற்கள் : লাটভিয়ান ভাষা
பொருள் : লাটভিয়াৰ অধিবাসী
எடுத்துக்காட்டு :
সন্মিলনখনিৰ শুভাৰম্ভ লাটভিয়াবাসীকেইজনে কৰিলে
ஒத்த சொற்கள் : লাটভিয়া বাসী, লাটভিয়া-বাসী, লাটভিয়াবাসী
பொருள் : লাটভিয়া সম্বন্ধী বা লাটভিয়াৰ
எடுத்துக்காட்டு :
ইয়ান লাটভিয়ান কলাৰ প্রদর্শনী চলিছে
பொருள் : লাটভিয়ান ভাষা সম্বন্ধী বা লাটভিয়ান ভাষাৰ
எடுத்துக்காட்டு :
লাটভিয়ান সংবাদ পত্রত ছপা হোৱা সংবাদৰ ওপৰত চর্চা চলি আছে