உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
எடுத்துக்காட்டு : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
ஒத்த சொற்கள் : প্রলোভন
பொருள் : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
எடுத்துக்காட்டு : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
ஒத்த சொற்கள் : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
பொருள் : প্রবল অভিলাষ বা তীব্র ইচ্ছা
எடுத்துக்காட்டு : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
நிறுவு