உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শিৱ বা মহাদেৱৰ লিংগ যাৰ পূজা কৰা হয়
எடுத்துக்காட்டு : পুৰাতন কালত শিৱলিংগৰ পূজা কৰা হয়
ஒத்த சொற்கள் : শিৱ লিংগ, শিৱলিংগ
பொருள் : পুৰুষ আৰু স্ত্রীৰ প্রভেদ নি্র্ণয় কৰিবলৈ ব্যাকৰণত সংজ্ঞায়িত কৰা শ্্ব্দ বিশেষ বা যিহৰ দ্বাৰা পুৰুষ আৰু স্ত্রীৰ প্রভেদৰ বিষয়ে অৱগত হʼব পাৰি
எடுத்துக்காட்டு : হিন্দীত দুই প্রকাৰৰ লিংগ থকাৰ বিপৰীতে সংস্কৃতত তিনি প্রকাৰৰ লিংগ পোৱা যায়
ஒத்த சொற்கள் : লিঙ্গ
நிறுவு