பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து লোৱা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

লোৱা   ক্ৰিয়া

பொருள் : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

எடுத்துக்காட்டு : এই গাড়ীখনে বহুত পেট্রʼল খায়

ஒத்த சொற்கள் : খোৱা

பொருள் : উদাহৰণ হিচাপে লোৱা

எடுத்துக்காட்டு : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

ஒத்த சொற்கள் : লৈ লোৱা

பொருள் : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

எடுத்துக்காட்டு : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ஒத்த சொற்கள் : কোৱা

பொருள் : ভাড়াত কোনো যান-বাহন আদি লোৱা

எடுத்துக்காட்டு : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

ஒத்த சொற்கள் : ঠিক কৰা

பொருள் : বাচি লোৱা

எடுத்துக்காட்டு : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

பொருள் : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

எடுத்துக்காட்டு : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

ஒத்த சொற்கள் : ধৰা

பொருள் : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : গ্রহণ কৰা

பொருள் : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

எடுத்துக்காட்டு : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

ஒத்த சொற்கள் : গ্রহণ কৰা, স্বীকাৰ কৰা

பொருள் : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

எடுத்துக்காட்டு :

ஒத்த சொற்கள் : উৰা, পিন্ধা, পৰিধান কৰা

பொருள் : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

எடுத்துக்காட்டு : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

ஒத்த சொற்கள் : গ্রহণ কৰা, স্বীকাৰ কৰা