பொருள் : বহুত জোৰৰ
எடுத்துக்காட்டு :
শচীনৰ শক্তিশালী বেটিঙৰ কাৰণে ভাৰতে জয়লাভ কৰিলে
ஒத்த சொற்கள் : জোৰদাৰ
பொருள் : যʼত প্রভাৱ থাকে
எடுத்துக்காட்டு :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
ஒத்த சொற்கள் : প্রভাৱশালী
பொருள் : যাৰ বল বা শক্তি আছে
எடுத்துக்காட்டு :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
ஒத்த சொற்கள் : জোৰদাৰ
பொருள் : যাৰ বহুত বেছি প্রতাপ থাকে
எடுத்துக்காட்டு :
ৰাবন এজন প্রতাপী ৰজা আছিল
ஒத்த சொற்கள் : প্রতাপশালী, প্রতাপী, বিক্রমী
பொருள் : অত্যন্ত পৰাক্রমী
எடுத்துக்காட்டு :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
ஒத்த சொற்கள் : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী