உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা
எடுத்துக்காட்டு : দহৰ দহ গুণ এশ
ஒத்த சொற்கள் : এশ, ১০০
பொருள் : এশ বছৰ কাল
எடுத்துக்காட்டு : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি
ஒத்த சொற்கள் : শতাব্দী, শতিকা
பொருள் : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
எடுத்துக்காட்டு : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
ஒத்த சொற்கள் : শ
பொருள் : এশৰ সমূহ বা গোট
எடுத்துக்காட்டு : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে
பொருள் : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান
எடுத்துக்காட்டு : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে
நிறுவு