பொருள் : শান্ত হৈ পৰা এক অৱস্থা
எடுத்துக்காட்டு :
জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
ஒத்த சொற்கள் : মনে মনে থকা
பொருள் : কথাবতৰা বা কাজিয়া আদিৰ গতি মন্থৰ হৈ পৰা
எடுத்துக்காட்டு :
ডাঙৰ ককায়েকৰ আগত তেওঁ ্সদায় নৰম হৈ পৰে
ஒத்த சொற்கள் : নৰম হোৱা