பொருள் : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
எடுத்துக்காட்டு :
খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
ஒத்த சொற்கள் : ???
பொருள் : এজোপা সুকাঠী বহুত ডাঙৰ গছ
எடுத்துக்காட்டு :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
ஒத்த சொற்கள் : শাল গছ
பொருள் : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
எடுத்துக்காட்டு :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে