பொருள் : মহিলাই শৰীৰত লিপিটখুৱাই পৰিধান কৰা এক প্রকাৰৰ বস্ত্র
எடுத்துக்காட்டு :
সীতাই সেউজীয়া ৰঙৰ শাৰী পিন্ধিবলৈ ভাল পায়
பொருள் : একেলগে বা মাজত কিছু ইফাল সিফাল হৈ কিছু দূৰলৈকে থকা কম বহল আৰু দীঘল বস্তু বা ভূভাগ
எடுத்துக்காட்டு :
ৰাস্তাৰ দুয়োফালে দোকানৰ দীঘল শাৰী আছে
ஒத்த சொற்கள் : লানী
பொருள் : ক্রম অনুসাৰে হোৱা অৱস্থা
எடுத்துக்காட்டு :
দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
ஒத்த சொற்கள் : অনুক্রম, অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা
பொருள் : কোনো পৃষ্ঠ বা কোনো বস্তুৰ পর্দা আদিত পোন শাৰীত লিখা লিখনি
எடுத்துக்காட்டு :
উদাহৰণৰ বাবে আপুনি পঞ্চম পংক্তিটো চাৱক
ஒத்த சொற்கள் : পংক্তি