பொருள் : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
எடுத்துக்காட்டு :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
ஒத்த சொற்கள் : কেম্প
பொருள் : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
எடுத்துக்காட்டு :
এই শিবিৰটো দুদিন ধৰি চলিব
ஒத்த சொற்கள் : কেম্প