பொருள் : যিয়ে এতিয়া বা অলপ সময় আগতে জন্ম লৈছে
எடுத்துக்காட்டு :
আজিকালি চিকিৎসালয়ত নৱজাতক শিশু চুৰ কৰাটো সহজ কথা হৈ পৰিছে
ஒத்த சொற்கள் : কেঁচুৱা, নৱজাত শিশু, নৱজাতক
பொருள் : কম বয়সীয়া লʼৰা বা ছোৱালী
எடுத்துக்காட்டு :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
ஒத்த சொற்கள் : বাচ্চা, বালক-বালিকা, লʼৰা-ছোৱালী, সৰু লʼৰা-ছোৱালী