பொருள் : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী
எடுத்துக்காட்டு :
সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে
பொருள் : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ
எடுத்துக்காட்டு :
মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে
ஒத்த சொற்கள் : হেলমেট