பொருள் : শৰীৰ ক্ষীণাই যোৱা অৱস্থা
எடுத்துக்காட்டு :
তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে
ஒத்த சொற்கள் : ক্ষীণকায় হোৱা, হাড় ওলাই অহা
பொருள் : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
எடுத்துக்காட்டு :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
ஒத்த சொற்கள் : শুকোৱা
பொருள் : উজ্জ্বলতা কমি যোৱা
எடுத்துக்காட்டு :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
ஒத்த சொற்கள் : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা