பொருள் : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
எடுத்துக்காட்டு :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
ஒத்த சொற்கள் : বাষ্পীভূত কৰা
பொருள் : আদ্রতা দূৰ কৰা
எடுத்துக்காட்டு :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
பொருள் : সজীৱতা বা সতেজতা ভাব নথকা
எடுத்துக்காட்டு :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
பொருள் : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
எடுத்துக்காட்டு :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
ஒத்த சொற்கள் : শুকাই যোৱা