பொருள் : কথা মানি লোৱা
எடுத்துக்காட்டு :
আজিকালিৰ লʼৰা-ছোৱালীয়ে কাৰো কথা নুশুনে
பொருள் : কোৱা হোৱা কথা বা শ্্ব্দৰ কাণেৰে হোৱা জ্ঞান
எடுத்துக்காட்டு :
তেওঁ ্ ভগৱান সত্যনাৰায়ণৰ কথা শুনি আছে
ஒத்த சொற்கள் : শ্রৱণ কৰা
பொருள் : কাৰোবাৰ কথা বা প্রার্থ্্নাৰ প্রতি ধ্যান দিয়া
எடுத்துக்காட்டு :
ৰজাই ফৰিয়াদীৰ একো কথাই নুশুনিলে