உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : খালী বা ৰিক্ত স্থান
எடுத்துக்காட்டு : তেওঁ শূন্যত ঘূৰি আছিল
ஒத்த சொற்கள் : আকাশ
பொருள் : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
எடுத்துக்காட்டு : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
ஒத்த சொற்கள் : আলাস, ওপৰ
பொருள் : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
எடுத்துக்காட்டு : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
பொருள் : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
எடுத்துக்காட்டு : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ஒத்த சொற்கள் : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
பொருள் : ভিতৰত একো নথকা বা যি অপূর্ণ
எடுத்துக்காட்டு : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ஒத்த சொற்கள் : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
பொருள் : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
எடுத்துக்காட்டு : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
ஒத்த சொற்கள் : বিহীন, ৰহিত
நிறுவு