பொருள் : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা
எடுத்துக்காட்டு :
প্রথমে এই কামটো সমাপ্ত কৰা
ஒத்த சொற்கள் : সমাপ্ত কৰা
பொருள் : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
எடுத்துக்காட்டு :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ஒத்த சொற்கள் : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
பொருள் : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
எடுத்துக்காட்டு :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
ஒத்த சொற்கள் : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা