பொருள் : লেখকৰ ভাষা সম্বন্ধীয় বিশেষত্বক প্রতিফলিত কৰিব পৰা বাক্য ৰচনাৰ এক বিশিষ্ট প্রকাৰ
எடுத்துக்காட்டு :
সুৰদাসৰ ভাষাশৈলী সৰল আছিল
ஒத்த சொற்கள் : ভাষাশৈলী
பொருள் : কোনো বিশেষ ব্যক্তি, সম্প্রদায় আদিৰ বিশিষ্টতাপূর্ণ্্ ভাষা, কলা, সংগীত আদিৰ অভিব্যক্তিসূচক ভঙ্গীমা
எடுத்துக்காட்டு :
সকলো সংবাদ দাতাই বাতৰি কাকতৰ শৈলীক অনুসৰণ কৰিব বিচাৰে