பொருள் : শিৱৰ উপাসক বা ভক্ত
எடுத்துக்காட்டு :
শিৱ মন্দিৰত এজন শৈৱই ধূনি জ্বলায় আছে
ஒத்த சொற்கள் : শিৱভক্ত
பொருள் : শিৱৰ উপাসকসকলৰ সম্প্রদায়
எடுத்துக்காட்டு :
শিৱ ভক্ত সকলৰ লগত থাকি থাকি ্তেওঁ শৈৱ সম্প্রদায়ত অন্তর্ভূক্ত হৈ পৰিল
ஒத்த சொற்கள் : শৈৱ সম্প্রদায়
பொருள் : শিৱ সম্বন্ধী বা শিৱৰ
எடுத்துக்காட்டு :
এজন শিৱভক্তই শৈৱ মতৰ ওপৰত এখন কিতাপ লিখি আছে