பொருள் : যি শোকেৰে ভৰি আছে
எடுத்துக்காட்டு :
কোনো মহান ব্যক্তিৰ মৃত্যু হোৱাৰ লগে-লগে গোটেই দেশৰে পৰিৱেশ শোকাকূল হৈ পৰে
ஒத்த சொற்கள் : শোকজর্জৰ, শোকদগ্ধ, শোকপূর্ণ, শোকবিহ্বল, শোকসন্তপ্ত, শোকাকূল, শোকাতুৰ, শোকার্ত্ত, ্শোকগ্রস্ত, ্শোকজর্জৰিত, ্শোকব্যাকুল