பொருள் : লাহে লাহে অনুচিতভাৱে কাৰোবৰ ধ, সম্পত্তি আদি লৈ লোৱা কার্য
எடுத்துக்காட்டு :
জমিদাৰে নিজৰ আৰামৰ কাৰণে দুখীয়াক শোষণ কৰিছিল
பொருள் : পানী আদি শুহি লোৱা কার্য
எடுத்துக்காட்டு :
গছে পৃথিৱীৰ পৰা পানী আদি শোষণ কৰে
ஒத்த சொற்கள் : অৱশোষণ কৰা, শুহি লোৱা