பொருள் : উত্তম হোৱাৰ অৱস্থা
எடுத்துக்காட்டு :
চৰিত্র ভালেই সকলো ভাল
ஒத்த சொற்கள் : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, ভাল
பொருள் : সকলোতকৈ শ্রেষ্ঠ বা মুখ্য হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
শচীন টেণ্ডুলকাৰে এদিনীয়া ক্রিকেটত সর্বাধিক শতৰাণ কৰি ক্রিকেটৰ জগতত নিজৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিলে
ஒத்த சொற்கள் : অগ্রতা, প্রাধান্যতা