பொருள் : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী
எடுத்துக்காட்டு :
গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত
ஒத்த சொற்கள் : ছিগনেল
பொருள் : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা
எடுத்துக்காட்டு :
এই বার্তাটো সংকেতত আছে
பொருள் : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি
எடுத்துக்காட்டு :
কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে
ஒத்த சொற்கள் : সঙ্কেত