பொருள் : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
எடுத்துக்காட்டு :
ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
பொருள் : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
எடுத்துக்காட்டு :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
ஒத்த சொற்கள் : সংস্থা