பொருள் : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
எடுத்துக்காட்டு :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
ஒத்த சொற்கள் : সংকলন
பொருள் : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
எடுத்துக்காட்டு :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
பொருள் : একত্র কৰা বা হোৱা কার্য
எடுத்துக்காட்டு :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
ஒத்த சொற்கள் : একগোট