உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস
எடுத்துக்காட்டு : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়
ஒத்த சொற்கள் : দন্দ্ব, যুদ্ধ
பொருள் : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
எடுத்துக்காட்டு : মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
ஒத்த சொற்கள் : যুঁজ, যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সমৰ, ্সংগ্রাম, ৰণ
நிறுவு