பொருள் : জ্ঞান আৰু বুদ্ধি
எடுத்துக்காட்டு :
ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
ஒத்த சொற்கள் : চেতনা, বিচাৰ-বুদ্ধি
பொருள் : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
எடுத்துக்காட்டு :
আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
ஒத்த சொற்கள் : নাম
பொருள் : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ
எடுத்துக்காட்டு :
তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে
ஒத்த சொற்கள் : বিশেষ্য