பொருள் : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
எடுத்துக்காட்டு :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
ஒத்த சொற்கள் : মর্যাদাসম্পন্ন
பொருள் : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
எடுத்துக்காட்டு :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
பொருள் : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
எடுத்துக்காட்டு :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে