பொருள் : মন বা চিত্তৰ বৃত্তিক বশ কৰা ক্রিয়া
எடுத்துக்காட்டு :
সংযমৰ দ্বাৰা ৰোগৰ পৰা ৰক্ষা পাব পাৰি
ஒத்த சொற்கள் : আত্মনিগ্রহ, আত্মসংযম, আত্মিনয়ন্ত্রণ, সংযম, সংযমন
பொருள் : যি ইন্দ্রিয়ক নিজৰ অধীনত ৰাখে বা ইন্দ্রিয়ৰ নিগ্রহ কৰোঁতা
எடுத்துக்காட்டு :
ইন্দ্রিয়নিগ্রহী ব্যক্তিয়ে বাস্তৱিক সুখৰ আনন্দ লʼব পাৰে
ஒத்த சொற்கள் : ইন্দ্রিয়নিগ্রহী
பொருள் : যʼত সংযম থাকে
எடுத்துக்காட்டு :
সংযমী ্কর্ম কৰি মানুহে নিজৰ জীৱন সফল কৰিব পাৰে