உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সংযোজিত হোৱা ভাব বা ক্রিয়া
எடுத்துக்காட்டு : এই ঔষধটোত ভালেমান পদার্থৰ সংমিশ্রণ ঘটোৱা হৈছে
ஒத்த சொற்கள் : সংমিশ্রণ, সমাহাৰ, সমাৱেশ
பொருள் : কোনো বস্তুত থকা কোনো ধৰণৰ ত্ৰুটি বা অভাৱ পূৰণ কৰিবৰ কাৰণে পিছৰ পৰা অলপ লগ লগোৱা, মিলোৱা বা বঢ়োৱা কাৰ্য
எடுத்துக்காட்டு : মই প্ৰথম উত্তৰটো সংযোজন কৰিবলৈ পাহৰি থাকিলোঁ
நிறுவு