பொருள் : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য
எடுத்துக்காட்டு :
পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল
ஒத்த சொற்கள் : সংশোধন পৰিশোধন
பொருள் : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য
எடுத்துக்காட்டு :
হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে
பொருள் : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য
எடுத்துக்காட்டு :
এই কামটোত শুধৰণিৰ প্রয়োজন আছে
ஒத்த சொற்கள் : শুধৰণি
பொருள் : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য
பொருள் : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ
எடுத்துக்காட்டு :
এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে