பொருள் : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
எடுத்துக்காட்டு :
ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
ஒத்த சொற்கள் : সংগঠন
பொருள் : সাহিত্য, বিজ্ঞান, কলা আদিৰ উন্নতিৰ কাৰণে স্থাপন কৰা সমাজ
எடுத்துக்காட்டு :
ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান শিক্ষাৰ ক্ষেত্রত বিশ্ববিখ্যাত
ஒத்த சொற்கள் : প্রতিষ্ঠান, সংস্থান
பொருள் : চৰকাৰৰ এক প্রকাৰৰ প্রশাসনিক গোট
எடுத்துக்காட்டு :
চি বি আই ভাৰত চৰকাৰৰ এটা অনুসন্ধান সংস্থা