உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
எடுத்துக்காட்டு : ভাটৌটো সজাৰ পৰা উৰি গʼল
ஒத்த சொற்கள் : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
பொருள் : পাৰ ৰাখিবলৈ সজা বাহ
எடுத்துக்காட்டு : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
ஒத்த சொற்கள் : পাৰ-বাহা, পাৰৰ বাহ
பொருள் : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
எடுத்துக்காட்டு : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
ஒத்த சொற்கள் : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
பொருள் : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
எடுத்துக்காட்டு : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
ஒத்த சொற்கள் : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
பொருள் : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
எடுத்துக்காட்டு : কুমাৰে কলহ নি্র্মাণ কৰে
ஒத்த சொற்கள் : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
பொருள் : ঘৰ বা দেৱাল আদি বনোৱা
எடுத்துக்காட்டு : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
ஒத்த சொற்கள் : উঠোৱা, বনোৱা
நிறுவு