பொருள் : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
எடுத்துக்காட்டு :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
ஒத்த சொற்கள் : ভূষিত
பொருள் : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
எடுத்துக்காட்டு :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
ஒத்த சொற்கள் : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, ভূষিত
பொருள் : হাথিয়াৰ আদিৰে সাজু হোৱা
எடுத்துக்காட்டு :
পুলিচে অবৈধ হাথিয়াৰেৰে সজ্জিত এজন ব্যক্তিক ধৰিলে
ஒத்த சொற்கள் : প্রস্তুত