பொருள் : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
எடுத்துக்காட்டு :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
ஒத்த சொற்கள் : নির্মূল ্হোৱা, শেষ হোৱা
பொருள் : সমাপ্ত হোৱা
எடுத்துக்காட்டு :
এই সংস্থাত আপোনাৰ সদস্যকাল সমাপ্ত হʼল
ஒத்த சொற்கள் : শেষ হোৱা
பொருள் : কোনো কার্য আদি পূর্ণ ্হোৱা
எடுத்துக்காட்டு :
ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
ஒத்த சொற்கள் : অন্ত পৰা