உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
எடுத்துக்காட்டு : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
ஒத்த சொற்கள் : জাক, পাল, সমুদায়
பொருள் : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
எடுத்துக்காட்டு : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ஒத்த சொற்கள் : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি
பொருள் : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
எடுத்துக்காட்டு : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ஒத்த சொற்கள் : গোট, দʼম, সমষ্টি, ৰাশি
நிறுவு