பொருள் : বিবাহ বা তাৰ নিশ্চয়
எடுத்துக்காட்டு :
মংগলাৰ বাবে বিলাসপুৰত সম্বন্ধ ঠিক হʼল
பொருள் : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
எடுத்துக்காட்டு :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
ஒத்த சொற்கள் : সম্পর্ক
பொருள் : সম্বন্ধীয় হোৱা এক অৱস্থা
எடுத்துக்காட்டு :
সম্বন্ধ দুয়োফালৰ পৰা বর্তাই ৰাখিলেহে জীয়াই থাকে
பொருள் : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
எடுத்துக்காட்டு :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
ஒத்த சொற்கள் : সম্পর্ক
பொருள் : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
எடுத்துக்காட்டு :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
ஒத்த சொற்கள் : সম্পর্ক