பொருள் : সম্রাটৰ পত্নী
எடுத்துக்காட்டு :
কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল
ஒத்த சொற்கள் : চুলতানা, বেগম, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী
பொருள் : কোনো সাম্রাজ্যৰ মহিলা শাসক বা অধিকাৰী:ভাৰতৰ ইতিহাসত কোনো প্রসিদ্ধ সম্রাজ্ঞীৰ উল্লেখ পোৱা নাযায়
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : চুলতানা, মহিষী, সাম্রাজ্য অধিকাৰিণী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী