உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : মানা, মানি লোৱা, সহ্য কৰা
பொருள் : হৈ থকা অপৰাধৰ বিৰুদ্ধে একো নোকোৱা
எடுத்துக்காட்டு : ইংৰাজৰ শাসনকালত ভাৰতবাসীয়ে বহুত সহ্য কৰিছিল
ஒத்த சொற்கள் : সহ্য কৰা
நிறுவு