பொருள் : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়
எடுத்துக்காட்டு :
আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে
ஒத்த சொற்கள் : সাক্ষ্য
பொருள் : যিয়ে কোনো ঘটনা নিজ চকুৰে দেখিছে
எடுத்துக்காட்டு :
পুলিচে এই হত্যাটোৰ সন্দর্ভত প্রত্যক্ষদর্শীৰ সৈতে সোধ-পোচ কৰিছে
ஒத்த சொற்கள் : প্রত্যক্ষদর্শী
பொருள் : যিজনে কোনো বিবাদৰ বিষয়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে কয়
எடுத்துக்காட்டு :
এই মোকর্দ্্মাত প্রতিপক্ষই মিছা সাক্ষী উপস্থিত কৰালে