உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
எடுத்துக்காட்டு : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
ஒத்த சொற்கள் : গল্প, লোক কথা, লোক কাহিনী, লোককথা
பொருள் : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
எடுத்துக்காட்டு : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
ஒத்த சொற்கள் : মহাত্মা, সন্ত
பொருள் : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
எடுத்துக்காட்டு : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
ஒத்த சொற்கள் : বৈৰাগী, সন্ত, সন্ন্যাসী
பொருள் : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
எடுத்துக்காட்டு : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
ஒத்த சொற்கள் : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
பொருள் : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
எடுத்துக்காட்டு : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
ஒத்த சொற்கள் : ভাল, সজ্জন, সুজন, সৎ
நிறுவு