பொருள் : সজ্জন হোৱা ভাব
எடுத்துக்காட்டு :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
ஒத்த சொற்கள் : ঋজুতা, ভদ্রতা, সজ্জনতা, সৌহার্দ্যতা
பொருள் : যি ব্যৱহাৰত ভাল ভাব থাকে
எடுத்துக்காட்டு :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
ஒத்த சொற்கள் : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ