பொருள் : কাৰোবাক দুই বাহুৰে মেৰাই ধৰা কার্য
எடுத்துக்காட்டு :
জীয়েকে প্রণাম কৰোতেই দেউতাকে তাইক আঁকোৱালি লʼলে
ஒத்த சொற்கள் : আঁকোৱালি লোৱা, আলিংগন কৰা, আলিঙ্গন কৰা, গবামাৰি ধৰা
பொருள் : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
எடுத்துக்காட்டு :
শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
ஒத்த சொற்கள் : আঠা লগা, লগ লগা, লাগি ধৰা, লিপিট খোৱা