உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কিবা কৰিব পৰা শক্তি
எடுத்துக்காட்டு : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম
ஒத்த சொற்கள் : শকতি
பொருள் : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
எடுத்துக்காட்டு : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
ஒத்த சொற்கள் : উপযুক্ততা, ক্ষমতা, যোগ্যতা
பொருள் : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
ஒத்த சொற்கள் : ক্ষমতা, শক্তি
பொருள் : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
எடுத்துக்காட்டு : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ஒத்த சொற்கள் : দখল, হাত
நிறுவு